double crossdouble standard

double decker (English) [ IPA: ˈdəbəl ˈdekər ASM: ডবল ডেকাৰ]
Contributed by: Partha P Sarmah on 2008-09-26
1. (Material Noun-Neuter) a bus with two decks/floors, one on the top of the other. এটাৰ ওপৰত আন এটা মহলা,খলপ থকা বাছ৷ ইয়াৰ দুয়োটা খলপতে যাত্ৰী বহাৰ সুবিধা আছে৷